আই তোক যি লাগে তাকে দিম বধ্যভূমিত পৰি ৰওক ছিন্নমস্তা শ ! তাৰ পিছতো তই আই দশভূজা তেজত ডুব যোৱা এটা মৃণ্ময় মূৰ্তি ! তাতকৈ আজি মই দশমূণ্ডক পূজিম আজি ৰাৱন বধ হ'ব মই উচুপি উঠিম ৰাৱনৰ দুভৰিত ধৰি সেৱা এটা জনাম ।