আগুৱাই গ'লে বাঘ পিছুৱাই গ'লে সাপ মাজত অনিদ্ৰা-উপবাস !
খাবলৈ নোপোৱা মানুহৰ কোনো ধৰ্ম নাথাকে ! আজি নিজে অভিজ্ঞ ।
অকাৰণতে কেতিয়াবা নামি আহে দুখ মোৰ তেজৰ ৰন্ধ্ৰ ভেদি বুকুলৈকে তিয়াই !