এতিয়া ফেচবুকত একো নিলিখোঁ । লিখা মানুহে একো নিলিখাকৈ থাকিব পৰাটোও হয়তো এটা কলা ! হৃদয়ৰ ভাবনাবিলাক ভাপহৈ উৰে । আকাশ চোৱাৰ হেঁপাহত সময়বিলাক জয়ালহৈ উঠে ।